প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ থাই ৰামায়ণ ৰামকিয়েনৰ এক মনোমোহা প্ৰদৰ্শন উপভোগ
Posted On:
03 APR 2025 1:02PM by PIB Guwahati
ভাৰত আৰু থাইলেণ্ডৰ মাজৰ গভীৰ সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্কৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ বেংককত থাই ৰামায়ণ, ৰামাকিয়েনৰ এক সমৃদ্ধ প্ৰদৰ্শন উপভোগ কৰে।
এক্সত পৃথক পৃথক পোষ্টত তেওঁ লিখেঃ
"এক অনন্য সাংস্কৃতিক সংযোগ!
থাই ৰামায়ণ ৰামাকিয়েনৰ এক আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰো। এয়া সঁচাকৈয়ে এক সমৃদ্ধ অভিজ্ঞতা যিয়ে ভাৰত আৰু থাইলেণ্ডৰ মাজত উমৈহতীয়া সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্ক সুন্দৰভাৱে প্ৰদৰ্শন কৰে।
ৰামায়ণে সঁচাকৈয়ে এছিয়াৰ বিভিন্ন প্ৰান্তৰজুৰি হৃদয় আৰু পৰম্পৰাক সংযোগ কৰি আছে।"
***
MJPS/SR/DD
(Release ID: 2118306)
Read this release in:
Bengali
,
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam