প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাক পূজা কৰিলে ভক্তৰ জীৱনত কেনেদৰে নতুন শক্তি আৰু সংকল্পৰ সঞ্চাৰ হয়, সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে
পোষ্ট কৰা হৈছে:
03 APR 2025 6:57AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আলোকপাত কৰে যে নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে ভক্তৰ জীৱনত কেনেদৰে নতুন শক্তি আৰু সংকল্পৰ সঞ্চাৰ হয়। লগতে শ্ৰীমতী অনুৰাধা পৌদৱালৰ ভজন শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাক পূজা কৰিলে ভক্তৰ জীৱনত কেনেদৰে নতুন শক্তি আৰু সংকল্পৰ সঞ্চাৰ হয়, সেই বিষয়ে আলোকপাত কৰে। লগতে তেখেতে শ্ৰীমতী অনুৰাধা পৌড়ৱালৰ ভজন শ্বেয়াৰ কৰে।
এক্সত এটা পোষ্টত তেখেতে লিখিছে-
“মা দুৰ্গাৰ আশীৰ্বাদে ভক্তৰ জীৱনলৈ নতুন শক্তি আৰু নতুন সংকল্প কঢ়িয়াই আনে।অনুৰাধা পৌড়ৱালজীৰ এই দেৱী ভজনে আপোনাক ভক্তিভাৱেৰে ভৰাই তুলিব।”
***
MJPS/SR/KD
(ৰিলিজ আই ডি : 2118153)
অতিথি কক্ষ : 44
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam