প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্বহীদ দিৱসৰ দিনা ভগত সিং, ৰাজগুৰু, আৰু সুখদেৱক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
Posted On:
23 MAR 2025 9:04AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে মহান স্বাধীনতা সংগ্ৰামী ভগত সিং, ৰাজগুৰু, আৰু সুখদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেশৰ প্ৰতি, জাতিৰ প্ৰতি তেওঁলোকৰ চৰম ত্যাগক সন্মান জনায়।
এটা এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“আজি আমাৰ দেশে বীৰ শ্বহীদ ভগত সিং, ৰাজগুৰু আৰু সুখদেৱৰ চৰম ত্যাগক শ্ৰদ্ধাৰে সুঁৱৰিছে। স্বাধীনতা আৰু ন্যায়ৰ বাবে তেওঁলোকে কৰা সাধনাই আমাক সকলোকে অনুপ্ৰাণিত কৰি আহিছে।”
***
MJPS/ST
(Release ID: 2114233)
Visitor Counter : 22
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam