প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, এআই, অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনত ব্যাপক গুৰুত্ব প্ৰদানেৰে ভাৰতে ইয়াৰ ডিজিটেল ভৱিষ্যত গঢ় দিছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 06 MAR 2025 4:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, এআই, অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰনিক সামগ্ৰী পাদনত ব্যাপক গুৰুত্ব প্ৰদানেৰে ভাৰতে ইয়াৰ ডিজিটেল ভৱিষ্যত গঢ় দিছে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এটা প্ৰৱন্ধ সকলোকে পঢ়িবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক্স হেণ্ডেলত কয়ঃ

“ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই), এআই, অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰনিকছ সামগ্ৰী পাদনৰ ওপৰত ব্যাপক গুৰুত্ব প্ৰদান কৰি ভাৰতে কেনেকৈ ডিজিটেল ভৱিষ্যত গঢ় দিছে সেই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @AshwiniVaishnaw -এ বিশদভাৱে লিখিছে। পঢ়ক!”

***

MJPS/SR/DB


(रिलीज़ आईडी: 2108849) आगंतुक पटल : 51
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Nepali , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam