প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে আমাৰ গ্ৰহটোৰ অবিশ্বাস্য জৈৱ বৈচিত্ৰ্য সুৰক্ষা আৰু সংৰক্ষণৰ প্ৰতিশ্ৰুতি দোহাৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 03 MAR 2025 8:37AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে আমাৰ গ্ৰহটোৰ অবিশ্বাস্য জৈৱ বৈচিত্ৰ্যক সুৰক্ষা আৰু সংৰক্ষণৰ প্ৰতিশ্ৰুতি দোঁহাৰে।

এক্সৰ এটা পোষ্টত তেওঁ কয়,-

“আজি #WorldWildlifeDayত আমাৰ গ্ৰহটোৰ অবিশ্বাস্য জৈৱ বৈচিত্ৰ্যক সুৰক্ষা আৰু সংৰক্ষণৰ বাবে আমাৰ প্ৰতিশ্ৰুতি দোঁহাৰিলো। প্ৰতিটো প্ৰজাতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে—আহক আমি আগন্তুক প্ৰজন্মৰ বাবে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰোঁ!

বন্যপ্ৰাণী সংৰক্ষণ আৰু সুৰক্ষাৰ দিশত ভাৰতৰ অৱদানৰ বাবেও আমি গৌৰৱ কৰো।”

***

MJPS/SR/DB


(ৰিলিজ আই ডি : 2107642) অতিথি কক্ষ : 76