প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰত আৰু ভূটানৰ মাজত অনন্য আৰু ঐতিহাসিক অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী
Posted On:
21 FEB 2025 7:16PM by PIB Guwahati
নতুন দিল্লীত ‘এছঅ’ইউএল লিডাৰশ্বিপ কনক্লেভ’ত ভূটানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেৰিং টবগেৰ ভাষণৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু ভূটানৰ মাজত অনন্য আৰু ঐতিহাসিক অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;
"আকৌ এবাৰ মোৰ বন্ধু প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেক লগ পাই আনন্দিত হৈছো। লিডাৰশ্বিপ কনক্লেভ @LeadWithSOUL ত তেওঁ প্ৰদান কৰা ভাষণৰ প্ৰশংসা কৰিছোঁ। ভাৰত আৰু ভূটানৰ মাজত অনন্য আৰু ঐতিহাসিক অংশীদাৰিত্ব গভীৰ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।
@tsheringtobgay"
***
MJPS/ST/KB
(Release ID: 2107145)
Visitor Counter : 22
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam