প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এ এন আৰ গাৰু ভাৰতৰ গৌৰৱ আৰু তেওঁৰ অনবদ্য অভিনয়ে আগন্তুক প্ৰজন্মক মোহিত কৰি থাকিবঃ প্ৰধানমন্ত্ৰী
Posted On:
07 FEB 2025 11:38PM by PIB Guwahati
শ্ৰী আক্কিনেনী নাগেশ্বৰ ৰাওক ভাৰতৰ গৌৰৱ বুলি প্ৰশংসা কৰি আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ অনবদ্য অভিনয়ে আগন্তুক প্ৰজন্মক মোহিত কৰি থাকিব। শ্ৰী নাগাৰ্জুন আক্কিনেনী আৰু তেওঁৰ পৰিয়ালক লগ পাই তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।
এক্সত শ্ৰী নাগাৰ্জুন আক্কিনেনীৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়।
“আপোনাৰ পৰিয়ালৰ সৈতে আপোনাক নাগাৰ্জুন গাৰুক লগ পোৱাটো সঁচাকৈয়ে এক আনন্দৰ মুহূৰ্ত আছিল। এ এন আৰ গাৰু ভাৰতৰ গৌৰৱ আৰু তেওঁৰ অনবদ্য অভিনয়ে আগন্তুক প্ৰজন্মক মোহিত কৰি থাকিব।”
***
MJPS/SR/DB
(Release ID: 2104984)
Visitor Counter : 12
Read this release in:
English
,
Urdu
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam