প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে প্ৰযুক্তি, বিভিন্ন যন্ত্ৰৰ ব্যৱহাৰ আৰু অত্যধিক মোবাইল চোৱাটো তেওঁলোকৰ অভিভাৱক আৰু শিক্ষকৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
12 FEB 2025 2:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে প্ৰযুক্তি, বিভিন্ন যন্ত্ৰৰ ব্যৱহাৰ আৰু অত্যধিক মোবাইল চোৱাটো, তেওঁলোকৰ অভিভাৱক আৰু শিক্ষকৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। এই সমস্যা সমাধানৰ বাবে তেওঁ সকলোকে কাইলৈৰ ‘পৰীক্ষা পে চৰ্চা’ৰ তৃতীয় খণ্ডটো চাবলৈ অনুৰোধ জনাইছে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ছ’চিয়েল মিডিয়া একাউণ্ট এক্সত প্ৰেৰণ কৰা বাৰ্তাৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়।
“প্ৰযুক্তি ... পৰীক্ষাৰ সময়ত বিভিন্ন যন্ত্ৰৰ ব্যৱহাৰ ... ছাত্ৰ-ছাত্ৰীসকলে মোবাইল চোৱা...
ফলত ছাত্ৰ-ছাত্ৰী, তেওঁলোকৰ অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীসকলো যথেষ্ট চিন্তিত হৈ পৰে। @TechnicalGuruji আৰু @iRadhikaGupta ৰ সৈতে আমাৰ আলোচনা কাইলৈ অৰ্থাৎ ১৩ ফেব্ৰুৱাৰী তাৰিখে 'পৰীক্ষা পে চৰ্চা'ৰ পৰৱৰ্তী খণ্ডত প্ৰচাৰ কৰা হ'ব। অনুগ্ৰহ কৰি #PPC2025 #ExamWarriors ৰ এই খণ্ডটো চাওক।”
*****
MJPS/SR/DB
(रिलीज़ आईडी: 2104749)
आगंतुक पटल : 35
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam