প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ সাহসী নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
प्रविष्टि तिथि:
14 FEB 2025 8:52AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০১৯ চনৰ পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ সাহসী নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত তেওঁ লিখেঃ
"২০১৯ চনত পুলৱামাত আমি হেৰুৱাই পেলোৱা সাহসী নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আগন্তুক প্ৰজন্মই তেওঁলোকৰ ত্যাগ আৰু ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ অটল সমৰ্পণ কেতিয়াও পাহৰিব নোৱাৰিব।"
***
MJPS/SR/MK
(रिलीज़ आईडी: 2104670)
आगंतुक पटल : 34
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Kannada
,
Bengali
,
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu