প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে কাটাৰৰ আমিৰ শ্ৰীমান শ্বেখ তামিম বিন হামাদ আল থানীক ভাৰতলৈ আদৰণি জনায়
পোষ্ট কৰা হৈছে:
17 FEB 2025 8:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত উপস্থিত হোৱা কাটাৰৰ আমিৰ শ্ৰীমান শ্বেখ তামিম বিন হামাদ আল থানীক উষ্ম আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়; “মোৰ ভাতৃ কাটাৰৰ আমিৰ শ্ৰীমান শ্বেখ তামিম বিন হামাদ আল থানীক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিলো। তেওঁৰ ফলপ্ৰসূ ভাৰত ভ্ৰমণৰ কামনা কৰিছো আৰু কাইলৈ আমাৰ বৈঠকৰ বাবে মই অত্যন্ত আগ্ৰহী।
***
MJPS/ST/MS
(ৰিলিজ আই ডি : 2104604)
অতিথি কক্ষ : 46
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam