প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিকশিত ভাৰতৰ দিশে যাত্ৰা পূৰ্ণোদ্যমে অগ্ৰসৰ হৈ আছে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 30 JAN 2025 7:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ জানুৱাৰী মাহত তেওঁৰ এমাহজোৰা কাৰ্যসূচীৰ আভাস শ্বেয়াৰ কৰিছে, যিয়ে বিকশিত ভাৰত গঢ়াৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।

গোটেই মাহটো, শ্ৰী মোদীয়ে গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত, বিশ্বজনীন কূটনৈতিক সংযোগ আৰু ভাৰতৰ বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় সুনাম শক্তিশালী কৰাৰ লক্ষ্যৰে পৰিৱৰ্তনশীল পদক্ষেপৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকিল।

নিজৰ কাৰ্যসূচীৰ সবিশেষ ভাগ-বতৰা কৰি শ্ৰী মোদীয়ে এক্সত লিখিছে;

“জানুৱাৰী ২০২৫ ছবিত...

বিকশিত ভাৰতৰ দিশে যাত্ৰা পূৰ্ণোদ্যমে অগ্ৰসৰ হৈ আছে!

nm-4.com/f7nyzA

নমো এপৰ মাধ্যমত”

**********

MJPS/ST


(रिलीज़ आईडी: 2097779) आगंतुक पटल : 48
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam