প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাকাশ খণ্ডৰ কথা আহিলে বিনাদ্বিধাই আস্থা ৰাখিব পাৰে ভাৰতৰ ওপৰত প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 30 JAN 2025 8:10PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাশ খণ্ডত ভাৰতৰ ক্ৰমবৰ্ধমান আধিপত্যক পুনৰ সুদৃঢ় কৰি দেশৰ সামৰ্থ্য আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ ওপৰত আস্থা প্ৰকাশ কৰে।

এক্সত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“যেতিয়া মহাকাশ খণ্ডৰ কথা আহে, ভাৰতৰ ওপৰত বিনাদ্বিধাই আস্থা ৰাখিব পাৰে!”

*****

MJPS/ST


(रिलीज़ आईडी: 2097778) आगंतुक पटल : 47
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam