প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মেঘালয়ৰ জনসাধাৰণক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
21 JAN 2025 8:44AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মেঘালয়বাসীক শুভেচ্ছা জ্ঞাপন কৰে।
তেওঁ ‘এক্স’ৰ এটা ‘পোষ্ট’ত লিখিছে:
"মেঘালয়ৰ ৰাজ্যৰ মৰ্যাদা দিৱসত মই ৰাজ্যবাসীক শুভেচ্ছা জনাইছোঁ। মেঘালয় ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু জনসাধাৰণৰ পৰিশ্ৰমী প্ৰকৃতিৰ বাবে প্ৰশংসিত হৈ আহিছে। অনাগত সময়ত ৰাজ্যখনৰ নিৰন্তৰ উন্নয়নৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।"
***
MJPS/SR/KB
(रिलीज़ आईडी: 2094729)
आगंतुक पटल : 58
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam