প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিকশিত ভাৰত যুৱ নেতা আলোচনাৰ উদ্দেশ্য হৈছে বিকশিত ভাৰতৰ সপোন সাকাৰ কৰিবলৈ যুৱ মনৰ শক্তি, সৃষ্টিশীলতা আৰু নেতৃত্বক দিকদৰ্শন কৰা: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
11 JAN 2025 2:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ ২০২৫ আৰু বিকশিত ভাৰত যুৱ নেতা আলোচনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ৰক্ষা খডসেই লিখা এটা লেখা শ্বেয়াৰ কৰিছে।
বিকশিত ভাৰত যুৱ নেতা আলোচনা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ৰক্ষা খডসেৰ এক্স পোষ্টৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি, প্ৰধানমন্ত্ৰী কাৰ্যালয়ে নিজৰ পোষ্টত লিখে:
“কেন্দ্ৰীয় মন্ত্ৰী ৰক্ষা খডসে জীয়ে লিখিছে যে বিকশিত ভাৰত যুৱ নেতা আলোচনা দেশৰ যুৱক-যুৱতীসকলক ৰাষ্ট্ৰৰ বিকাশ যাত্ৰাত সংযুক্ত কৰাৰ এক অনন্য পদক্ষেপ। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে বিকশিত ভাৰতৰ সপোন সাকাৰ কৰিবলৈ যুৱ মনৰ শক্তি, সৃষ্টিশীলতা আৰু নেতৃত্বক দিকদৰ্শন কৰা।”
**********
MJPS/VJ
(रिलीज़ आईडी: 2094477)
आगंतुक पटल : 35
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam