প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উপগ্ৰহৰ মহাকাশ ডকিঙৰ সফল প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইছৰোক অভিনন্দন জনায়
प्रविष्टि तिथि:
16 JAN 2025 1:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপগ্ৰহৰ মহাকাশ ডকিঙৰ সফল প্ৰদৰ্শনৰ বাবে ইছৰো আৰু সমগ্ৰ মহাকাশ সম্প্ৰদায়ক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আগন্তুক বছৰবোৰত ভাৰতৰ উচ্চাভিলাষী মহাকাশ অভিযানৰ বাবে ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
"উপগ্ৰহৰ মহাকাশ ডকিং সফলভাৱে প্ৰদৰ্শন কৰাৰ বাবে @isro ত থকা আমাৰ বিজ্ঞানীসকল আৰু সমগ্ৰ মহাকাশ সম্প্ৰদায়ক অভিনন্দন জনাইছো। আগন্তুক বছৰবোৰত ভাৰতৰ উচ্চাকাংক্ষী মহাকাশ অভিযানৰ বাবে ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ "।
***
MJPS/VJ/MK
(रिलीज़ आईडी: 2093399)
आगंतुक पटल : 54
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam