প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ানৰ বাসগৃহত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
19 DEC 2024 9:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ানৰ বাসগৃহত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি খ্ৰীষ্টান সম্প্ৰদায়ৰ বিশিষ্ট সদস্যসকলৰ সৈতে মত বিনিময় কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ-
“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জৰ্জ কুৰিয়ান জীৰ বাসগৃহত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। খ্ৰীষ্টান সম্প্ৰদায়ৰ একাংশ বিশিষ্ট সদস্যৰ সৈতেও মত বিনিময় কৰোঁ।
@GeorgekurianBjp”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2086424)
आगंतुक पटल : 46
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam