প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দিল্লীত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ স্পন্দনশীল বস্ত্ৰ খণ্ড, পৰ্যটনৰ সুযোগ আৰু পৰম্পৰাগত শিল্প নৈপুণ্যতাক উদযাপন কৰিছেঃ প্ৰধানমন্ত্ৰী

Posted On: 08 DEC 2024 1:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই লিখা এটা প্ৰবন্ধ শ্বেয়াৰেৰে কয় যে দিল্লীত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ স্পন্দনশীল বস্ত্ৰ খণ্ড, পৰ্যটনৰ সুযোগ আৰু পৰম্পৰাগত শিল্প নৈপুণ্যতাক উদযাপন কৰা হৈছে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সৰ এটা প’ষ্টত কয়ঃ

“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @JM_Scindia-ই বিশদভাৱে কৈছে যে উত্তৰ-পূব ভাৰতত উন্নত যোগাযোগ ব্যৱস্থা, ডিজিটেল অন্তৰ্ভুক্তি আৰু আন্তঃগাঁথনিত বিনিয়োগৰ জৰিয়তে উল্লেখযোগ্য বিকাশ প্ৰত্যক্ষ হৈছে। দিল্লীত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ স্পন্দনশীল বস্ত্ৰ খণ্ড, পৰ্যটনৰ সুযোগ আৰু পৰম্পৰাগত শিল্প নৈপুণ্যতাক উদযাপন কৰিছে।”

***

MJPS/SR/SB


(Release ID: 2082175) Visitor Counter : 25