প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সীমান্ত নিৰাপত্তা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 01 DEC 2024 8:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সীমান্ত নিৰাপত্তা বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ বিএছএফক সাহস, নিষ্ঠা আৰু ব্যতিক্ৰমী সেৱাৰ প্ৰতীক হিচাপে প্ৰতিৰক্ষাৰ এক গুৰুত্বপূৰ্ণ শাৰীত থিয় দিয়াৰ বাবে প্ৰশংসা কৰে।

 

এক্সৰ এটা পোষ্টত তেওঁ লিখে-

“সীমান্ত নিৰাপত্তা বাহিনীক তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ! বিএছএফে সাহস, নিষ্ঠা আৰু ব্যতিক্ৰমী সেৱাৰ প্ৰতীক হিচাপে প্ৰতিৰক্ষাৰ এক গুৰুত্বপূৰ্ণ শাৰীত থিয় দিছে। তেওঁলোকৰ সজাগতা আৰু সাহসে আমাৰ ৰাষ্ট্ৰৰ সুৰক্ষা আৰু নিৰাপত্তাত অৰিহণা যোগাইছে।

@BSF_India”

***

MJPS/SR/DB


(रिलीज़ आईडी: 2079646) आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam