প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বালাসাহেব ঠাকৰেক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে
ঠাকৰে জী মহাৰাষ্ট্ৰৰ বিকাশ আৰু মাৰাঠী লোকৰ সবলীকৰণৰ সমৰ্থন কৰা এজন দূৰদৰ্শী ব্যক্তি আছিল: প্ৰধানমন্ত্ৰী
Posted On:
17 NOV 2024 1:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বালাসাহেব ঠাকৰে জীক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। শ্ৰী মোদীয়ে ঠাকৰেক মহাৰাষ্ট্ৰৰ বিকাশ আৰু মাৰাঠী লোকৰ সবলীকৰণৰ সমৰ্থন কৰা এজন দূৰদৰ্শী ব্যক্তি হিচাপে প্ৰশংসা কৰে।
তেওঁ এক্সত এটা পোষ্টত কয়:
“মই মহান বালাসাহেব ঠাকৰে জীক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। তেওঁ মহাৰাষ্ট্ৰৰ বিকাশ আৰু মাৰাঠী লোকৰ সবলীকৰণৰ সমৰ্থন কৰা এজন দূৰদৰ্শী ব্যক্তি আছিল। তেওঁ ভাৰতীয় সংস্কৃতি আৰু লোকাচাৰৰ গৌৰৱ বৃদ্ধি কৰাত দৃঢ় বিশ্বাস ৰাখিছিল। তেওঁৰ নিৰ্ভীক কণ্ঠ আৰু অটুট ভাৱনাই প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি থাকিব।”
**********
MJPS/SR
(Release ID: 2074109)
Visitor Counter : 20
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam