প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী ৱাছিমত বাঞ্জৰা সমাজৰ সন্তসকলৰ সৈতে মিলিত হয়
পোষ্ট কৰা হৈছে:
05 OCT 2024 5:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ৱাছিমত বাঞ্জৰা সমাজৰ সন্মানীয় সন্তসকলৰ সৈতে মিলিত হয়। তেখেতে তেওঁলোকে সমাজ সেৱাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়।
এক্সত এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
“ৱাছিমত বাঞ্জৰা সমাজৰ সন্মানীয় সন্তসকলৰ সৈতে মিলিত হওঁ। সমাজ সেৱাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাৰাজিৰ শলাগ লৈছোঁ।”
***
MJPS/SR/SB
(ৰিলিজ আই ডি : 2068064)
অতিথি কক্ষ : 47
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam