প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গ্ৰীন হাইড্ৰজেন ফুয়েল চেল বাছ হৈছে বহনক্ষমতা বৃদ্ধি আৰু অনাগত প্ৰজন্মৰ বাবে এটি সেউজ ভৱিষ্যতৰ অৰ্থে অৰিহণা যোগাবলৈ আমাৰ প্ৰচেষ্টাৰাজিৰ এটা অংশঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
21 OCT 2024 8:07PM by PIB Guwahati
ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেয়ে গ্ৰীন হাইড্ৰজেন ফুয়েল চেল বাছত যাত্ৰা কৰাত আনন্দ প্ৰকাশেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে গ্ৰীন হাইড্ৰজেন ফুয়েল চেল বাছ হৈছে বহনক্ষমতা বৃদ্ধি আৰু অনাগত প্ৰজন্মৰ বাবে এটি সেউজ ভৱিষ্যতৰ অৰ্থে অৰিহণা যোগাবলৈ আমাৰ প্ৰচেষ্টাৰাজিৰ এটা অংশ।
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এক্সত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে এইদৰে কয়ঃ
“মই প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেয়ে গ্ৰীন হাইড্ৰজেন ফুয়েল চেল বাছত যাত্ৰা কৰাত সন্তোষ পাইছোঁ। এনে বাছ হৈছে বহনক্ষমতা বৃদ্ধি আৰু আগন্তুক প্ৰজন্মৰ বাবে এটি সেউজ ভৱিষ্যতৰ অৰ্থে অৰিহণা যোগোবলৈ আমাৰ প্ৰচেষ্টাৰ এটা অংশ। @tsheringtobgay”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2067792)
आगंतुक पटल : 65
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Urdu
,
English
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam