প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দিল্লীত বিজয়া দশমী কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

Posted On: 12 OCT 2024 7:55PM by PIB Guwahati

মোদীৰ

আজি দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়া দশমীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত এক্সত পোষ্ট কৰি লিখিছে:

"দিল্লীত বিজয়া দশমী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলো। আমাৰ ৰাজধানীখন ইয়াৰ অনবদ্য ৰামলীলা পৰম্পৰাৰ বাবে চিৰপৰিচিত। এই পৰম্পৰাবোৰ হৈছে বিশ্বাস, সংস্কৃতি আৰু পৰম্পৰাৰ সজীৱ উদযাপন।"

 

 

***

MJPS/RT



(Release ID: 2064468) Visitor Counter : 22