প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজমাতা বিজয়ৰাজে সিন্ধিয়াৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 12 OCT 2024 8:25AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজমাতা বিজয়ৰাজে সিন্ধিয়াৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে গোটেই জীৱন ভাৰতৰ সেৱাত সমৰ্পণ কৰাৰ বাবে ৰাজমাতা বিজয়ৰাজে সিন্ধিয়া জীৰ প্ৰশংসা কৰে।

এক্সৰ এটা পোষ্টত তেওঁ কয়ঃ-

“সমগ্ৰ জীৱন ভাৰত মাতৃৰ সেৱাত উৎসৰ্গিত ৰাজমাতা বিজয়ৰাজে সিন্ধিয়া জীলৈ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।”

***

MJPS/SR/DB


(रिलीज़ आईडी: 2064466) आगंतुक पटल : 77
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam