প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্ৰীৰ ষষ্ঠদিনা দেৱী কাত্যায়নীৰ পূজা অৰ্চনা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
08 OCT 2024 9:07AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰীৰ ষষ্ঠীত দেৱী কাত্যায়নীৰ পূজা অৰ্চনা কৰে৷
এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“নৱৰাত্ৰিৰ ষষ্ঠীত দেৱী কাত্যায়নীলৈ সশ্ৰদ্ধ প্ৰণাম! মোৰ প্ৰাৰ্থনা এই যে মাতৃ দেৱীৰ আশীৰ্বাদে তেওঁৰ সকলো ভক্তৰ জীৱনত শক্তি, সামৰ্থ আৰু সাহস সঞ্চাৰ কৰক।”
***
MJPS/TS/DB
(ৰিলিজ আই ডি : 2063095)
অতিথি কক্ষ : 74
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam