প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱী কুশমাণ্ডাৰ ওচৰত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 06 OCT 2024 8:40AM by PIB Guwahati

প্ৰধানমন্ত্ৰী

নৱৰাত্ৰিৰ চতুৰ্থ দিনা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী কুশমাণ্ডাৰ ওচৰত প্ৰাৰ্থনা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি লিখিছে:

 

“নৱৰাত্ৰিৰ চতুৰ্থ দিনা কুশমাণ্ডা দেৱীলৈ প্ৰণাম! মাৰ কৃপাত সকলোৰে জীৱন আয়ুষ্মান হৈ পৰক, সেয়াই মোৰ কামনা। দেৱীলৈ প্ৰণাম।”

 

*****

MJPS/TS


(रिलीज़ आईडी: 2062735) आगंतुक पटल : 67
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali-TR , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam