প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গান্ধী জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 02 OCT 2024 9:00AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধী জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক্সত এটা পোষ্টত তেওঁ লিখেঃ

“সমগ্ৰ দেশবাসীৰ হৈ পূজ্য বাপুক তেওঁৰ জয়ন্তীত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ৷ সত্য, সত্য, সম্প্ৰীতি আৰু সমতাৰ ওপৰত প্ৰতিষ্ঠিত তেওঁৰ জীৱন আৰু আদৰ্শ দেশবাসীৰ বাবে সদায় প্ৰেৰণা হৈ থাকিব।”

*****

MJPS/SR/S/KS/DB


(रिलीज़ आईडी: 2062103) आगंतुक पटल : 67
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam