প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিগত ১০ বছৰত স্বচ্ছ ভাৰত অভিযানে পেলোৱা তাৎপৰ্যপূৰ্ণ প্ৰভাৱৰ ওপৰত প্ৰধানমন্ত্ৰীৰ আলোকপাত

प्रविष्टि तिथि: 03 OCT 2024 8:52AM by PIB Guwahati

স্বচ্ছ ভাৰতে যোৱা ১০ বছৰত পেলোৱা তাৎপৰ্যপূৰ্ণ প্ৰভাৱৰ ওপৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আলোকপাত কৰে।

নিউ ইণ্ডিয়া জংচনৰ এটা ইনফোগ্ৰাফিক পোষ্ট এক্সত শ্বেয়াৰ কৰি তেওঁ এনেদৰে লিখিছে:

"স্বচ্ছ ভাৰতৰ তাৎপৰ্যপূৰ্ণ প্ৰভাৱৰ এক আভাস।

#10YearsOfSwachhBharat”

*****

MJPS/SR/HS/AT


(रिलीज़ आईडी: 2061434) आगंतुक पटल : 77
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam