প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

টাটা ছনছৰ শীৰ্ষ বিষয়ববীয়াৰ দল আৰু পিএছএমচিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

অৰ্ধপৰিবাহী নিৰ্মাণ প্ৰকল্পসমূহৰ সন্দৰ্ভত আলোচনা প্ৰধানমন্ত্ৰীৰ

Posted On: 26 SEP 2024 8:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টাটা ছনছৰ শীৰ্ষ বিষয়ববীয়াৰ দল আৰু পিএছএমচিক সাক্ষাৎ কৰে। তেওঁলোকৰ আলোচনাত অৰ্ধপৰিবাহী নিৰ্মাণ প্ৰকল্পসমূহৰ শেহতীয়া স্থিতি সন্দৰ্ভত গুৰুত্ব দিয়া হয়। পিএছএমচিয়ে ভাৰতত ইয়াৰ ক্ষেত্ৰ আৰু অধিক সম্প্ৰসাৰণৰ বাবে উৎসাহ প্ৰকাশ কৰে।

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“টাটা ছনছ আৰু পিএছএমচিৰ শীৰ্ষ বিষয়ববীয়াৰ সৈতে এক সুন্দৰ বৈঠকত মিলিত হ’লো। তেওঁলোকে তেওঁলোকৰ অৰ্ধপৰিবাহী নিৰ্মাণ প্ৰকল্পৰ শেহতীয়া স্থিতি শ্বেয়াৰ কৰে। পিএছএমচিয়ে ভাৰতত ইয়াৰ ক্ষেত্ৰ আৰু অধিক সম্প্ৰসাৰণৰ বাবে উৎসাহ প্ৰকাশ কৰে।”

***********

MJPS/ST



(Release ID: 2059372) Visitor Counter : 20