প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
25 SEP 2024 9:08AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্ত্যোদয়ৰ ধাৰণাটোৱে উন্নত ভাৰতৰ সংকল্প প্ৰাপ্ত কৰাত এক অমূল্য ভূমিকা পালন কৰিব।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে;
"মহান জাতীয়তাবাদী চিন্তাবিদ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ অন্ত্যোদয়ৰ ধাৰণাটোৱে উন্নত ভাৰতৰ সংকল্প প্ৰাপ্তিৰ ক্ষেত্ৰত এক অমূল্য ভূমিকা পালন কৰিবলৈ গৈ আছে। দেশৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সেৱা সদায় স্মৰণীয় হৈ থাকিব।”
*******
MJPS/ST/MK/AT
(ৰিলিজ আই ডি : 2058462)
অতিথি কক্ষ : 90
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam