প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উৰিষ্যাৰ ভুৱনেশ্বৰত নতুন ঘৰৰ মালিক হোৱা ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ হিতাধিকাৰীৰ ঘৰ পৰিদৰ্শন কৰে

प्रविष्टि तिथि: 17 SEP 2024 4:05PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি উৰিষ্যাৰ ভূৱনেশ্বৰত উপস্থিত হোৱাৰ পিছত ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ হিতাধিকাৰী অন্ত্ৰজামাই নায়ক আৰু জাহাজা নায়কৰ ঘৰলৈ গৈছিল।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে;

"ভুৱনেশ্বৰত অৱতৰণ কৰাৰ পিছত অন্ত্ৰজামাই নায়ক আৰু জাহাজা নায়কৰ ঘৰলৈ গৈছিলোঁ। তেওঁলোকে হৈছে ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ পৰা লাভান্বিত আৰু গৌৰৱান্বিত হোৱা ঘৰৰ মালিক। তেওঁলোকৰ পৰিয়ালবৰ্গক লগ পাইছিলোঁ, যাৰ মাজত আছিল তেওঁলোকৰ মৰমৰ নাতি সৌম্যজিত্। নায়ক পৰিয়ালে সুস্বাদু ‘খিৰি’ পৰিৱেশন কৰিছিল।"

 

“ଭୁବନେଶ୍ୱରରେ ପହଞ୍ଚିବା ପରେ ଅନ୍ତର୍ଯ୍ୟାମୀ ନାୟକ ଓ ଯହଜା ନାୟକଙ୍କ ଘରକୁ ଯାଇଥିଲି। ସେମାନେ ପ୍ରଧାନମନ୍ତ୍ରୀ ଆବାସ ଯୋଜନାରୁ ଉପକୃତ ହୋଇଛନ୍ତି ଏବଂ ଗର୍ବିତ ଘର ମାଲିକ ଅଟନ୍ତି । ନାତି ସୌମ୍ୟଜିତଙ୍କ ସମେତ ସେମାନଙ୍କ ପରିବାରକୁ ଭେଟିଥିଲି। ନାୟକ ପରିବାର ମଧ୍ୟ ସ୍ୱାଦିଷ୍ଟ କ୍ଷୀରି ପରିବେଷଣ କରିଥିଲେ।”

 

***

MJPS/TS/KB


(रिलीज़ आईडी: 2055715) आगंतुक पटल : 49
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam