প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

আহমেদাবাদ মেট্ৰ' ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

Posted On: 16 SEP 2024 2:42PM by PIB Guwahati

 

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰে। যাত্ৰাৰ সময়ত তেওঁ ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি লিখিছে;

“আহমেদাবাদ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ উদ্বোধন কৰিলো আৰু উৎসাহী যুৱক-যুৱতীসকলৰ সৈতে আজিৰ কাৰ্যসূচীলৈ যোৱাৰ পথত।”

 

*****

MJPS/TS



(Release ID: 2055456) Visitor Counter : 19