প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নুৱাখাই উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
प्रविष्टि तिथि:
08 SEP 2024 2:08PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৃষিভিত্তিক উৎসৱ নুৱাখাই উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।
শ্ৰী মোদীয়ে দেশৰ কৃষকসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“নুৱাখাই জোহৰ!
নুৱাখাইৰ বিশেষ ক্ষণত মোৰ শুভেচ্ছা জনালোঁ। আমি কৃষকসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে আমাৰ সমাজখনৰ প্ৰতি তেওঁলোকৰ প্ৰচেষ্টাৰ শলাগ লৈছো। সকলো সুখী আৰু সু-স্বাস্থ্যৰ অধিকাৰী হওঁক।”
***
MJPS/RT/DB
(रिलीज़ आईडी: 2053036)
आगंतुक पटल : 69
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam