প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জয় কৰাত এথলীট ছিমৰণ শৰ্মাক অভিনন্দন জনায়
प्रविष्टि तिथि:
08 SEP 2024 8:31AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমান চলি থকা পেৰিছ পেৰালিম্পিকত মহিলাৰ ২০০ মিটাৰ টি১২ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত এথলীট ছিমৰণ শৰ্মাক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“#পেৰালিম্পিক২০২৪ত মহিলাৰ ২০০ মিটাৰ টি১২ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত ছিমৰণ শৰ্মাক অভিনন্দন! তেওঁৰ সফলতাই বহু লোকক অনুপ্ৰাণিত কৰিব। উৎকৃষ্টতা আৰু দক্ষতাৰ প্ৰতি তেওঁৰ সমৰ্পণ উল্লেখযোগ্য।
**********
MJPS/SR
(रिलीज़ आईडी: 2053035)
आगंतुक पटल : 78
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam