মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰ, ২০২৪ নিৰ্ধাৰণ

प्रविष्टि तिथि: 07 SEP 2024 11:22AM by PIB Guwahati

আমাৰ শিশুসকলৰ শক্তি, দৃঢ়তা, সামৰ্থ্য, উদ্যম আৰু উৎসাহক প্ৰেৰণা দিয়াৰ লগতে তাক  উদযাপনৰ অৰ্থে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে প্ৰতি বছৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (PMRBP)ৰ আয়োজন কৰি আহিছে।

এই পুৰস্কাৰৰ বাবে মনোনয়ন দাখিল কৰা শিশুটি ভাৰতীয় নাগৰিক হোৱাৰ লগতে  ভাৰতত বাস কৰা হ’ব লাগে ৷বয়স ১৮ বছৰৰ অধিক হ’ব নালাগিব (আৱেদন/মনোনয়ন লাভৰ অন্তিম তাৰিখৰ দিনটোত)।

ৰাষ্ট্ৰীয় বঁটা পৰ্টেল অৰ্থাৎ https://awards.gov.in ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৫ ৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৫.০৯.২০২৪ নিৰ্ধাৰণ কৰা হৈছে।


(रिलीज़ आईडी: 2052852) आगंतुक पटल : 112
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Manipuri , Bengali , English , Urdu , हिन्दी , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam