প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেডমিণ্টন খেলুৱৈ নিত্যা শ্ৰী শিৱনক ব্ৰঞ্জৰ পদক জয়ৰ বাবে অভিনন্দন জনাইছে

प्रविष्टि तिथि: 03 SEP 2024 10:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলাৰ একক বেডমিণ্টন এছ এইচ-৬ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে নিত্যা শ্ৰী শিৱনক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে তেওঁৰ এই কৃতিত্বই অগণন লোকক অনুপ্ৰাণিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে :

"#Paralympics2024ত মহিলাৰ একক বেডমিণ্টন এছ এইচ-৬ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে নিত্যা শ্ৰী শিৱনক অভিনন্দন! তেওঁৰ এই কৃতিত্বই অগণন লোকক অনুপ্ৰাণিত কৰিছে আৰু খেলখনৰ প্ৰতি তেওঁৰ সমৰ্পিত মনোভাবৰ লগতে আৱেগত আলোকপাত কৰিছে। @07nithyasre #Cheer4Bharat"

***

MJPS/RT/KD
 


(रिलीज़ आईडी: 2051200) आगंतुक पटल : 107
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali-TR , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam