প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শিশু শ্বহীদসকলৰ স্মৃতিত আয়োজিত প্ৰদৰ্শনী দৰ্শন কৰে
प्रविष्टि तिथि:
23 AUG 2024 3:24PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিয়েভস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় ইতিহাস সংগ্ৰহালয়ত শিশু শ্বহীদসকলৰ স্মৃতিত আয়োজিত মাল্টিমিডিয়া প্ৰদৰ্শনী দৰ্শন কৰে। ইয়াত তেখেতক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ জেলেনস্কিয়ে সংগ প্ৰদান কৰে।
সংঘাতত প্ৰাণ হেৰুওৱা শিশুসকলৰ স্মৃতিত আয়োজিত মৰ্মস্পৰ্শী এই প্ৰদৰ্শনীয়ে প্ৰধানমন্ত্ৰীক গভীৰভাৱে স্পৰ্শ কৰে। তেখেতে শিশুসকলৰ কৰুণ মৃত্যুত শোক প্ৰকাশেৰে তেওঁলোকৰ স্মৃতিত এটা খেলনা সেই ঠাইত থৈ আহে।
*****
MJPS/ST/BM/SB
(रिलीज़ आईडी: 2048194)
आगंतुक पटल : 68
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam