প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জম্মু-কাশ্মীৰৰ তিৰংগা যাত্ৰাক প্ৰেৰণাদায়ক আখ্যা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
प्रविष्टि तिथि:
12 AUG 2024 12:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে জম্মু-কাশ্মীৰৰ জনসাধাৰণে চলোৱা তিৰংগা যাত্ৰা প্ৰেৰণাদায়ক।
শ্ৰী মোদীয়ে লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাৰ এটা পোষ্টত এইদৰে লিখেঃ
"#TirangaYatra সন্দৰ্ভত জম্মু-কাশ্মীৰৰ ৰাইজৰ এই আৱেগে সকলোকে অনুপ্ৰাণিত কৰিব।"
***
MJPS/SR/RT/DB
(रिलीज़ आईडी: 2044549)
आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam