প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কৃষকসকলৰ কল্যানৰ প্ৰতি আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 12 AUG 2024 11:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে তেওঁ চৰকাৰ কৃষকসকলৰ কল্যানৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ।

শ্ৰী মোদীয়ে কৃষকসকলৰ সৈতে তেওঁৰ সাক্ষাৎ এক স্মৰণীয় অভিজ্ঞতা বুলি কয়।

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“কৃষকসকলৰ কল্যানৰ প্ৰতি আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই উপলক্ষে অন্নদাতাসকলক লগ পোৱাৰ অভিজ্ঞতা স্মৰণীয় হৈ ৰ’ব।”

***

MJPS/SR/RT/DB


(ৰিলিজ আই ডি : 2044459) অতিথি কক্ষ : 100