প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
प्रविष्टि तिथि:
09 AUG 2024 8:58AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে লগতে ভাৰত ত্যাগ আন্দোলন সন্দৰ্ভত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;
‘বাপুৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলোলৈকে শ্ৰদ্ধাঞ্জলি। এয়া সঁচাকৈয়ে আমাৰ স্বাধীনতা সংগ্ৰামৰ এক পট পৰিৱৰ্তনকাৰী মুহূৰ্ত আছিল।”
***
DS/ST/KD
(रिलीज़ आईडी: 2043521)
आगंतुक पटल : 109
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Hindi_MP
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam