প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ মেঘালয়ৰ ৰাজ্যপালৰ
পোষ্ট কৰা হৈছে:
03 AUG 2024 9:41PM by PIB Guwahati
মেঘালয়ৰ ৰাজ্যপাল শ্ৰী চি এইচ বিজয়শংকৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
এক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পোষ্টত কয়;
“মেঘালয়ৰ ৰাজ্যপাল শ্ৰী চি এইচ বিজয়শংকৰে আজি প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে৷”
***
DS/ST/DB
(ৰিলিজ আই ডি : 2041439)
অতিথি কক্ষ : 83
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
हिन्दी
,
Hindi_MP
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam