প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম জয়ন্তীত চন্দ্ৰ শেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
23 JUL 2024 9:59AM by PIB Guwahati
জন্ম জয়ন্তীত চন্দ্ৰ শেখৰ আজাদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;
"তেওঁৰ জন্ম জয়ন্তীত মই মহান চন্দ্ৰ শেখৰ আজাদক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ভাৰতৰ স্বাধীনতাৰ প্ৰতি অটল সাহস আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে আশীৰ্বাদপ্ৰাপ্ত তেওঁ এগৰাকী নিৰ্ভীক নায়ক আছিল। তেওঁৰ আদৰ্শ আৰু চিন্তা লাখ লাখ লোকৰ হৃদয় আৰু মনত, বিশেষকৈ যুৱপ্ৰজন্মৰ হৃদয় আৰু মনত অনুৰণিত হৈ আছে।"
**********
DS/ST/KB
(ৰিলিজ আই ডি : 2035552)
অতিথি কক্ষ : 136
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Hindi_MP
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam