প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ড’নাল্ড ট্ৰাম্পক আক্ৰমণৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 JUL 2024 9:15AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক আক্ৰমণৰ ঘটনাক গৰিহণা দিছে।

টুইটাৰৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“মোৰ বন্ধু প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক আক্ৰমণৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছো। মই এই ঘটনাৰ তীব্ৰ গৰিহণা দিছো। ৰাজনীতি আৰু গণতন্ত্ৰত হিংসাৰ স্থান নাই। তেওঁৰ আশু আৰোগ্য কামনা কৰিলোঁ।

এই ঘটনাত মৃত্যু হোৱা তথা আহতসকলৰ লগতে আমেৰিকাবাসীলৈ আমাৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

@realDonaldTrump."

***

DS/ST/DB


(रिलीज़ आईडी: 2033243) आगंतुक पटल : 75
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam