প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাশী বিশ্বনাথ মন্দিৰৰ প্ৰাক্তন মহন্ত ডাঃ কুলপতি তিৱাৰীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 26 JUN 2024 8:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী বিশ্বনাথ মন্দিৰৰ প্ৰাক্তন মহন্ত ডাঃ কুলপতি তিৱাৰীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“কাশী বিশ্বনাথ মন্দিৰৰ প্ৰাক্তন মহন্ত ডাঃ কুলপতি তিৱাৰী জীৰ বিয়োগ দুখজনক খবৰ পালো৷ ডাঃ কুলপতি জীয়ে দীৰ্ঘদিন ধৰি পৰম নিষ্ঠাৰে বাবা বিশ্বনাথক সেৱা আগবঢ়াইছিল আৰু আজি তেওঁ বাবাৰ চৰণত লীন হৈ গ’ল৷ তেওঁৰ শিৱলোকগমন কাশীৰ বাবে এক অপূৰণীয় ক্ষতি।”

***

DS/TS/DB



(Release ID: 2029589) Visitor Counter : 9