প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্রধানমন্ত্রীয়ে প্রথমবাৰৰ বাবে ৰাজ্যিক মন্ত্রীৰদায়িত্ব লাভ কৰাসকলৰে মিলিত হয়
प्रविष्टि तिथि:
28 JUN 2024 10:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্ত্ৰী পৰিষদত প্ৰথমবাৰৰ বাবে ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাসকলৰ সৈতে মিলিত হয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;
“মন্ত্ৰী পৰিষদত প্ৰথমবাৰৰ বাবে ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাসকলৰ সৈতেমিলিত হওঁ। ইয়াত মন্ত্ৰী হিচাপে যাত্ৰাৰ প্ৰাৰম্ভতে তেওঁলোকৰ অভিজ্ঞতা আৰু চিন্তাৰাজিৰ কথা শুনোঁ। লগতে, তৃণমূল পৰ্য্যায়ত শাসন ব্যৱস্থাক অধিক সুদৃঢ়কৰণৰ উপায় সম্পৰ্কেও আলোচনা কৰা হয়।”
***
DS/ST/SB
(रिलीज़ आईडी: 2029588)
आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam