প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত শ্ৰী ওম বিৰলাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
Posted On:
26 JUN 2024 2:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাৰ অধ্যক্ষ হিচাপে দ্বিতীয়বাৰলৈ নিৰ্বাচিত শ্ৰী ওম বিৰলাক অভিনন্দন জ্ঞাপন কৰিছে৷ তেওঁ আস্থা প্ৰকাশ কৰে যে নতুনকৈ নিৰ্বাচিত অধ্যক্ষৰ অন্তৰ্দৃষ্টি আৰু অভিজ্ঞতাৰ পৰা সদন যথেষ্ট পৰিমাণে উপকৃত হ’ব৷
শ্ৰী মোদীয়ে টুইটাৰ পোষ্টত লিখেঃ
“লোকসভাৰ অধ্যক্ষ হিচাপে দ্বিতীয়বাৰলৈ নিৰ্বাচিত শ্ৰী ওম বিৰলা জীক মই অভিনন্দন জ্ঞাপন কৰিছোঁ৷ নতুনকৈ নিৰ্বাচিত অধ্যক্ষৰ অন্তৰ্দৃষ্টি আৰু অভিজ্ঞতাৰ পৰা সদন যথেষ্ট পৰিমাণে উপকৃত হ’ব৷ তেওঁৰ আগন্তুক কাৰ্যকালৰ বাবে মোৰ শুভেচ্ছা জনালোঁ৷”
***
DS/SR/DB
(Release ID: 2028811)
Visitor Counter : 125
Read this release in:
Tamil
,
English
,
Urdu
,
Hindi
,
Hindi_MP
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam