প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সন্ত কবীৰ দাসৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
22 JUN 2024 6:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ত কবীৰ দাসৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে ‘এক্স’-ত প্ৰেৰণ কৰা এটা ‘পোষ্ট’ত লিখিছে:
"সন্ত কবীৰ দাসজীলৈ জন্ম জয়ন্তীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।"
***
DS/SR/KB
(ৰিলিজ আই ডি : 2028030)
অতিথি কক্ষ : 108
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam