প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ঝাৰখণ্ডৰ ৰাজ্যপালৰ সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

Posted On: 21 JUN 2024 8:40PM by PIB Guwahati

আজি ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী চি পি ৰাধাকৃষ্ণনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰি লিখিছে:

"ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"

***

DS/SR



(Release ID: 2028020) Visitor Counter : 22