প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন দিল্লীত এনবিটি সদৌ মহিলা বাইক সমদলৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 10 MAR 2024 8:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে নতুন দিল্লীত এনবিটি সদৌ মহিলা বাইক সমদলৰ প্ৰশংসা কৰে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“উদ্যম আৰু উৎসাহেৰে ভৰা এই সমাৱেশত অংশগ্ৰহণ কৰা নাৰী শক্তিক অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ! আমাৰ ভগ্নী-কন্যাসকলে প্ৰতিটো ক্ষেত্ৰতে দেশলৈ গৌৰৱ কঢ়িয়াই আনি নিজৰ বাবে এক সুকীয়া পৰিচয় গঢ় দিছে। এই আচৰিত পদক্ষেপৰ বাবে @NavbharatTimesক বহুত বহুত অভিনন্দন জনাইছোঁ!”

*********

DS/ST



(Release ID: 2016483) Visitor Counter : 24