পোষ্ট কৰা হৈছে:
14 MAR 2024 12:11PM by PIB Guwahati
"শিখ নৱবৰ্ষৰ আৰম্ভণিতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ‘ৱাহে গুৰু’ৰ অসীম অনুগ্ৰহে সকলো জীৱক সুস্থতা আৰু প্ৰাচুৰ্য প্ৰদান কৰক। ‘গুৰু চাহিব’সকলৰ জ্ঞানৰ জ্যোতিয়ে আমাৰ সমাজক উদ্ভাসিত কৰাৰ লগতে মাৰ্গদৰ্শন কৰি থাকক।"
***
DS/RT/KB