প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘শিখ নৱবৰ্ষ’ উপলক্ষে শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘শিখ নৱবৰ্ষ’ উপলক্ষে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
प्रविष्टि तिथि:
14 MAR 2024 12:11PM by PIB Guwahati
"শিখ নৱবৰ্ষৰ আৰম্ভণিতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ‘ৱাহে গুৰু’ৰ অসীম অনুগ্ৰহে সকলো জীৱক সুস্থতা আৰু প্ৰাচুৰ্য প্ৰদান কৰক। ‘গুৰু চাহিব’সকলৰ জ্ঞানৰ জ্যোতিয়ে আমাৰ সমাজক উদ্ভাসিত কৰাৰ লগতে মাৰ্গদৰ্শন কৰি থাকক।"
***
DS/RT/KB
(रिलीज़ आईडी: 2014512)
आगंतुक पटल : 105
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam