প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এপলকৰ বাবে ‘শংকৰাচাৰ্য পাহাৰ’ দৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
07 MAR 2024 3:24PM by PIB Guwahati
জম্মু-কাশ্মীৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দৃষ্টিনন্দন পাহাৰৰ সৌন্দৰ্য্যশোভা উপভোগ কৰাৰ লগতে দূৰৰ পৰাই ‘শংকৰাচাৰ্য পাহাৰ’লৈ চায় প্ৰণাম জনায়।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"অলপ আগতে শ্ৰীনগৰত উপস্থিত হোৱাৰ পিছত দূৰৰ পৰাই আকাশচুম্বী ‘শংকৰাচাৰ্য পাহাৰ’ দৰ্শনৰ সুযোগ পালো।"
***
DS/TS/KB
(रिलीज़ आईडी: 2012211)
आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam